প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ডাল লেকত ভাৰতৰ প্ৰথম ফ্লোটিং বিত্তীয় সাক্ষৰতা শিবিৰ আয়োজন কৰাৰ বাবে আইপিপিবিক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 05 NOV 2022 11:24AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে #NiveshakDidi অধীনত জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ ডাল হ্ৰদত ভাৰতৰ প্ৰথম 'ফ্লোটিং ফাইনেন্সিয়েল লিটাৰেচি কেম্প' পৰিচালনা কৰাৰ বাবে আইপিপিবিক প্ৰশংসা কৰে।

ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"আশ্চৰ্যজনক পদক্ষেপ, যি মহিলা সশক্তিকৰণক অধিক শক্তিশালী কৰিব!"

***

DS



(Release ID: 1874533) Visitor Counter : 88