পোষ্ট কৰা হৈছে:
30 OCT 2022 8:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৰবি দুৰ্ঘটনাত নিহত সকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা অনুদান ঘোষণা কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে;
"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰবিত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ নিকটাত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ অনুদান ঘোষণা কৰিছে। ইফালে আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব। "
***
DS/SH