প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছঠ পূজা উপলক্ষে দেশবাসীক সম্ভাষণ প্ৰধানমন্ত্ৰীৰ

Posted On: 30 OCT 2022 9:05AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছঠ পূজা উপলক্ষে দেশবাসীক সম্ভাষণ জনাইছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"সূৰ্য্য দেৱতা আৰু প্ৰকৃতিৰ উপাসনাত উৎসৰ্গিত মহাপৰ্ব ছঠ উপলক্ষে সমূহ দেশবাসীকে আন্তৰিক শুভেচ্ছা জনালো। ভগৱান ভাস্কৰৰ আভা আৰু ছঠি মাইয়াৰ আশীৰ্বাদেৰে সকলোৰে জীৱন সদায় আলোকিত হৈ থকাৰ কামনা কৰিছো।"

 

***

DS/ST/SB



(Release ID: 1872209) Visitor Counter : 98