প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মিলাড-উন-নবীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
09 OCT 2022 10:34AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিলাড-উন-নবী উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“মিলাড-উন-নবীৰ শুভেচ্ছা জনাইছো৷ এই শুভক্ষণত আমাৰ সমাজত শান্তি, সমন্বয় আৰু দয়াৰ মনোভাৱক আৰু অধিক বৃদ্ধি কৰক। ঈদ মুবাৰক৷ ”
***
DS/SH/DB
(रिलीज़ आईडी: 1866456)
आगंतुक पटल : 156
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam