প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সংসদত লাল বাহাদুৰ শাস্ত্ৰী জীলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 02 OCT 2022 4:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনত প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতলৈ পুষ্পাঞ্জলি অৰ্পণ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰেঃ

“প্ৰধানমন্ত্ৰী @narendramodi য়ে আজি সংসদ ভৱনত লাল বাহাদুৰ শাস্ত্ৰী জীলৈ পুষ্পাঞ্জলি অৰ্পণ কৰে।”

 

***

 

DS/SB


(ৰিলিজ আই ডি : 1865787) অতিথি কক্ষ : 122