প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নাৰী শক্তিক অধিক শক্তিশালী কৰাৰ সামূহিক অংগীকাৰৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 05 OCT 2022 10:22AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত নাৰী শক্তিক অধিক শক্তিশালী কৰাৰ বাবে ১৩০ কোটি ভাৰতীয়ৰ সামূহিক অংগীকাৰৰ প্ৰশংসা কৰে।

কেন্দ্ৰীয় নাৰী আৰু শিশু কল্যাণ মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণীয়ে ভাৰতত কন্যা শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস হোৱা সন্দৰ্ভত কৰা এটা টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"ই এক অতি ভাল লক্ষণ। আমাৰ নাৰী শক্তিক অধিক শক্তিশালী কৰাৰ বাবে ১৩০ কোটি ভাৰতীয়ৰ সামূহিক অংগীকাৰৰ প্ৰতিফলন।"

 

***

DS/TS/KG


(रिलीज़ आईडी: 1865519) आगंतुक पटल : 142
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam