প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘গান্ধী জয়ন্তী’ উপলক্ষে ‘গান্ধী স্মৃতি’ত অনুষ্ঠিত প্ৰাৰ্থনা সভাত উপস্থিত থাকে প্ৰধানমন্ত্ৰী
Posted On:
02 OCT 2022 7:41PM by PIB Guwahati
‘গান্ধী জয়ন্তী’ উপলক্ষে ‘গান্ধী স্মৃতি’ত অনুষ্ঠিত প্ৰাৰ্থনা সভাত আজি উপস্থিত থাকে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
“#গান্ধী জয়ন্তী’ উপলক্ষে ‘গান্ধী স্মৃতি’ত এক প্ৰাৰ্থনা সভাত উপস্থিত থাকোঁ”।
***
DS/KB
(Release ID: 1864624)
Visitor Counter : 140
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam