প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতৰ অধ্যক্ষতা কালৰ ‘জি-২০’ সচিবালয়ৰ নিয়োগ সম্ভাৱনীয়তা সন্দৰ্ভত মন্তব্য ‘শ্বেয়াৰ’ কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 29 SEP 2022 6:18PM by PIB Guwahati

ভাৰতৰ অধ্যক্ষতা কালৰ ‘জি-২০’ সচিবালয়ৰ নিয়োগক “ৰোমাঞ্চকৰ নিয়োগ সম্ভাৱনীয়তা” বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীৰ এক ‘টুইট’-ৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;

“এয়া এক ৰোমাঞ্চৰ নিয়োগ সম্ভাৱনীয়তা...”

***

 

DS/TS/KB


(रिलीज़ आईडी: 1864436) आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam