প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ কৰা সকলোকে প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

Posted On: 30 SEP 2022 10:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ কৰা সকলোকে অভিনন্দন জনাইছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰৰ এটা টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ

“ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ কৰা সকলোকে অভিনন্দন জনালো। এই সন্মানেৰে তেওঁলোকৰ সৃজনীশীলতা আৰু মনোৰঞ্জন, শিল্প আৰু সাংস্কৃতিৰ জগতখনলৈ আগবঢ়োৱা বৰঙণিক স্বীকৃতি জনোৱাৰ প্ৰয়াস কৰা হৈছে।”

 

***

DS/SB



(Release ID: 1864435) Visitor Counter : 72