প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মালয়েছিয়াৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী টুন ডঃ এছ. ছামি ভেল্লুৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

পোষ্ট কৰা হৈছে: 15 SEP 2022 10:47AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰু মালয়েছিয়াৰ প্ৰথম প্ৰবাসী ভাৰতীয় সন্মান বঁটাপ্ৰাপক টুন ডঃ এছ. ছামি ভেল্লুৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।

এটি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মালয়েছিয়াৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰু মালয়েছিয়াৰ প্ৰথম প্ৰবাসী ভাৰতীয় সন্মান বঁটাপ্ৰাপক টুন ডঃ এছ. ছামি ভেল্লুৰ মৃত্যুত শোকাহত হৈছো। তেওঁৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো। ঔম শান্তি।"

 

***

DS/SH/SB


(ৰিলিজ আই ডি : 1860867) অতিথি কক্ষ : 131