প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উৰিষ্যাৰ ঝাৰচুগুড়াত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱালোকৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 17 SEP 2022 1:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উৰিষ্যাৰ ঝাৰচুগুড়াত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰে;

"উৰিষ্যাৰ ঝাৰচুগুড়াত সংঘটিত দুৰ্ঘটনাটো শোকাৱহ। দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা সকলৰ পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা। মই প্ৰাৰ্থনা কৰোঁ যে আহতসকল যিমান সম্ভৱ সোনকালে আৰোগ্য হওক: প্ৰধানমন্ত্ৰী"

***

DS/SH/RD



(Release ID: 1860513) Visitor Counter : 80