প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দ্বাৰকা শাৰদা পীঠ শংকৰাচাৰ্য স্বামী স্বৰূপানন্দ সৰস্বতীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 11 SEP 2022 6:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বাৰকা শাৰদা পীঠ শংকৰাচাৰ্য স্বামী স্বৰূপানন্দ সৰস্বতীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“দ্বাৰকা শাৰদা পীঠ শংকৰাচাৰ্য স্বামী স্বৰূপানন্দ সৰস্বতীৰ বিয়োগত অতিশয় দুঃখিত হৈছো৷ এই শোকৰ মুহূৰ্তত তেওঁৰ অনুগামীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ওম শান্তি!”

***

DS/SH/DB


(रिलीज़ आईडी: 1858697) आगंतुक पटल : 142
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam