প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কালাডী গাঁৱত ‘শ্ৰী আদি শংকৰাচাৰ্যৰ জন্মভূমি ক্ষেত্ৰম’ দৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে


কোচীত ‘স্তুপম’(শ্ৰী কাঞ্চী কামকোটি পীতম) দৰ্শন

प्रविष्टि तिथि: 01 SEP 2022 9:40PM by PIB Guwahati

কালাডী গাঁৱত আদি শংকৰাচাৰ্যৰ পবিত্ৰ জন্মস্থান, ‘জন্ম ভূমি ক্ষেত্ৰম’ দৰ্শন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে আজি কোচীত থকা ‘স্তুপম’(শ্ৰী কাঞ্চি কামকোটি পীতম)ও দৰ্শন কৰে।

 

***

 

DS/AK/KB


(रिलीज़ आईडी: 1856774) आगंतुक पटल : 155
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam