প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘গণেশ চতুৰ্থী’ উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভকামনা
পোষ্ট কৰা হৈছে:
31 AUG 2022 8:50AM by PIB Guwahati
‘গণেশ চতুৰ্থী’ উপলক্ষে জনসাধাৰণলৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,
“য়তো বুদ্ধিৰজ্ঞাননাশো মুমুক্ষোঃ, য়তঃ ভক্তসন্তোষিকাঃ স্যুঃ।
য়তো বিঘ্ননাশো য়তঃ কাৰ্যসিদ্ধিঃ, সদা তঁ গণেশঁ নমামো ভজামঃ।।
গণেশ চতুৰ্থীৰ অনেক এনেক শুভকামনা জনাইছো। গণপতি বাপ্পা মোৰয়া!
গণেশ চতুৰ্থী উপলক্ষে শুভ কামনা জনাইছো। আমাৰ প্ৰতি ভগবান শ্ৰী গণেশৰ আশীৰ্বাদ সদায়ে অব্যাহত থাকে যেন”।
***
DS/ST/KB
(ৰিলিজ আই ডি : 1856770)
অতিথি কক্ষ : 150
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada