প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্রধানমন্ত্রীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে

प्रविष्टि तिथि: 18 AUG 2022 8:42PM by PIB Guwahati

প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ আৰু তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰে।

প্রধানমন্ত্রীয়ে টুইট কৰিছে:

"প্ৰাক্তন ৰাষ্ট্ৰপতি কোবিন্দ জী আৰু তেওঁৰ পৰিয়ালৰ সৈতে এক উৎকৃষ্ট বাৰ্তালাপ হ'ল।"

 

***

DS/AK


(रिलीज़ आईडी: 1853519) आगंतुक पटल : 173
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Telugu , Kannada , Malayalam