প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বাৰ্মিংহাম কমনৱেলথ গেমছত ৰূপৰ পদক জয় কৰাৰ বাবে বেডমিণ্টন দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
03 AUG 2022 9:11AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত ৰূপৰ পদক অৰ্জন কৰা বেডমিণ্টন দলটোক অভিনন্দন জ্ঞাপন কৰিছে।
এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
@srikidambi, @satwiksairaj, @buss_reddy, @lakshya_sen, @Shettychirag04, Treesa Jolly, Aakarshi Kashyap, @P9Ashwini, Gayatri Gopichand আৰু @Pvsindhu1 খেলুৱৈক লৈ গঠিত ভাৰতীয় বেডমিণ্টন দলক বাৰ্মিংহামত ৰূপৰ পদক জয় কৰাৰ বাবে অভিনন্দন জনাইছো। তেওঁলোকৰ কৃতিত্বৰ বাবে গৌৰৱান্বিত।"
"বেডমিণ্টন ভাৰতৰ আটাইতকৈ প্ৰিয় ক্ৰীড়াসমূহৰ ভিতৰত এটা। কমনৱেলথ গেমছত ৰূপৰ পদক জয়ে খেলখন আৰু অধিক জনপ্ৰিয় কৰাত সহায় কৰিব আৰু অনাগত সময়ত, ইয়াক অধিক লোকে বাছনি কৰিব।"
***
DS/SH/RD
(रिलीज़ आईडी: 1849591)
आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam