প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উপ ৰাষ্ট্ৰপতি নিৰ্বাচন, ২০২২ ত প্ৰধানমন্ত্ৰীৰ ভোট দান

प्रविष्टि तिथि: 06 AUG 2022 12:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন, ২০২২ত ভোটদান কৰিলে।

প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়:

"২০২২ চনৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিছিল।"

 

***

DS/TS/RD


(रिलीज़ आईडी: 1849578) आगंतुक पटल : 273
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Telugu , Kannada , Bengali , Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Malayalam