প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাৰ্মিংহামত অনুষ্ঠিত ‘চিডব্লিউজি ২০২২’ত ৰূপৰ পদক অৰ্জন কৰা জুডো খেলুৱৈ তুলিকা মানক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 03 AUG 2022 11:55PM by PIB Guwahati

বাৰ্মিংহামত অনুষ্ঠিত ‘চিডব্লিউজি ২০২২’ত ৰপৰ পদক অৰ্জন কৰা জুডো খেলুৱৈ তুলিকা মানক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“বাৰ্মিংহাম ক্ৰীড়াত উজলি উঠিল তুলিকা মান। জুডোত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো। তেওঁৰ অনবদ্য খেল-জীৱনক এই পদকে আন এক মাত্ৰা প্ৰদান কৰিলে। আগন্তুক দিনবোৰত তেওঁ আৰু অধিক সাফল্য অৰ্জন কৰাক, তাৰ বাবে শুভকামনা জনাইছো।pic.twitter.com/18AAHaMV0t

 

***

DS/ST/KB



(Release ID: 1848373) Visitor Counter : 86