প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মধ্য প্ৰদেশৰ জবলপুৰৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক

পোষ্ট কৰা হৈছে: 01 AUG 2022 8:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য প্ৰদেশৰ জবলপুৰৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;

"মধ্য প্ৰদেশৰ জবলপুৰৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছো। মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলো। স্থানীয় প্ৰশাসনে প্ৰভাৱিতসকলক সকলো সহায় আগবঢ়াইছেঃ প্ৰধানমন্ত্ৰী।"

 

***

DS/SH/SB


(ৰিলিজ আই ডি : 1848296) অতিথি কক্ষ : 158