প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে শ্ৰী কে কামৰাজক তেওঁৰ জন্ম জয়ন্তীত স্মৰণ কৰে
प्रविष्टि तिथि:
15 JUL 2022 9:28AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী কে কামৰাজক তেওঁৰ জন্মজয়ন্তীত স্মৰণ কৰে। শ্ৰী মোদীয়ে কয় যে শ্ৰী কে কামৰাজে ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক অসামান্য অৱদান আগবঢ়াইছে আৰু এজন সহানুভূতিশীল প্ৰশাসক হিচাপে এক প্ৰভাৱ বিস্তাৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰিছে;
"শ্ৰী কে কামৰাজজীৰ জন্ম জয়ন্তীত স্মৰণ কৰিছো। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক অসামান্য অৱদান আগবঢ়াইছিল আৰু এজন সহানুভূতিশীল প্ৰশাসক হিচাপে প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ দৰিদ্ৰতা আৰু মানুহৰ দুখ দূৰ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল। তেওঁ স্বাস্থ্য আৰু শিক্ষাৰ উন্নতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল।"
***
DS/ST/MANN
(रिलीज़ आईडी: 1842639)
आगंतुक पटल : 180
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam