প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মধ্যপ্ৰদেশ, মনিপুৰ, পশ্চিমবংগ আৰু হিমাচলপ্ৰদেশৰ ৰাজ্যপালে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক
পোষ্ট কৰা হৈছে:
16 JUL 2022 5:54PM by PIB Guwahati
মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মনিপুৰৰ ৰাজ্যপাল শ্ৰী লা. গণেশন, পশ্চিমবংগৰ ৰাজ্যপাল শ্ৰী জগদীপ ধনকাৰ আৰু হিমাচলপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকানে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
***
DS/TS/DB
(ৰিলিজ আই ডি : 1842300)
অতিথি কক্ষ : 185
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam