প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মুম্বাইত অট্টালিকা খহি পৰাৰ ফলত প্ৰাণ হেৰুওৱালোকৰ প্ৰতি শোক প্ৰকাশপ্ৰধানমন্ত্ৰীৰ


PMNRF -ৰ পৰা অনুগ্ৰহ ঘোষণা

प्रविष्टि तिथि: 28 JUN 2022 9:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইত অট্টালিকা খহি পৰা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। তেওঁ ভুক্তভোগীসকলৰ বাবে পিএমএনআৰএফৰ পৰা অনুদান ঘোষণা কৰিছে।

এটা পিএমঅ' টুইটত কোৱা হৈছে:

"মুম্বাইত অট্টালিকা খহি পৰা ঘটনাত মই মানসিক আঘাত পাইছো। এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি মোৰ গভীৰ সমবেদনা আৰু আহতসকলৰ ক্ষীপ্ৰসুস্থতাৰ বাবে প্ৰাৰ্থনা। পিএমএনআৰএফৰ দ্বাৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক ২লাখ টকাৰ অনুদান প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব - প্ৰধানমন্ত্ৰী মোডী

 

***

DS/AK/RD


(रिलीज़ आईडी: 1841129) आगंतुक पटल : 133
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam