প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজস্থানৰ জেলোৰত সংঘটিত পথ দূৰ্ঘটনাত মৃত্যু হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
28 JUN 2022 11:10AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ জেলোৰত সংঘটিত পথ দূৰ্ঘটনাত মৃত্যু হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷ তেওঁ এই দুখ সহ্য কৰিব পৰাকৈ ভগৱানে শোকাকূল পৰিয়ালবৰ্গক শক্তি প্ৰদানৰ বাবে প্ৰাৰ্থনা কৰে৷
এক টুইটত পিএমঅ’ই কয়,
“ৰাজস্থানৰ জেলোৰত সংঘটিত পথ দূৰ্ঘটনা অতিশয় দুখজনক৷ এই দূৰ্ঘটনাত যিসকল লোকে প্ৰাণ হেৰুৱালে, তেওঁলোক আত্মীয়-স্বজনৰ প্ৰতি মই মোৰ সমবেদনা জ্ঞাপন কৰিলো৷ ভগৱালে এই দুখৰ সময়ত তেওঁলোকক শক্তি প্ৰদান কৰক৷ প্ৰধানমন্ত্ৰী @narendramodi”
***
DS/DB
(रिलीज़ आईडी: 1837510)
आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam