প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ পিলিভিতত সংঘটিত পথ দূৰ্ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰে
प्रविष्टि तिथि:
23 JUN 2022 4:25PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিলিভিতত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰে।
পিএমঅ’ৰ এটা টুইটত কোৱা হৈছেঃ
"উত্তৰ প্ৰদেশৰ পিলিভিতত সংঘটিত পথ দুৰ্ঘটনা হৃদয়বিদাৰক। এই দূৰ্ঘটনাত যিসকলে নিজৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো। একে সময়তে, মই আহত সকলৰ আশু আৰোগ্য কামনা কৰিছোঃ প্ৰধানমন্ত্ৰী মোদী।"
***
DS/MS
(रिलीज़ आईडी: 1836709)
आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam