প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
যোগ জ্ঞান, কৰ্ম আৰু ভক্তিৰ ত্ৰিবেণী সংগমঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
14 JUN 2022 11:16AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোগক জ্ঞান, কৰ্ম আৰু ভক্তিৰ ত্ৰিবেণী সংগম বুলি অভিহিত কৰে। তেখেতে লগতে কয় যে গতিশীল বিশ্বখনত যোগে অতিশয় প্ৰয়োজনীয় শান্তিৰ সঞ্চাৰ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে;
"যোগ হৈছে জ্ঞান, কৰ্ম আৰু ভক্তিৰ ত্ৰিবেণী সংগম। গতিশীল বিশ্বখনত ই অতিশয় প্ৰয়োজনীয় শান্তিৰ সঞ্চাৰ কৰিছে।"
***
DS/ST/SB
(रिलीज़ आईडी: 1836703)
आगंतुक पटल : 117
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam