প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

যোগৰ সৌন্দৰ্য ইয়াৰ সৰলতাত বিদ্যমান: প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 15 JUN 2022 4:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোগৰ সৌন্দৰ্য ইয়াৰ সৰলতাত বিদ্যমান। তেওঁ কয় যে যোগ ঘৰতো কৰিব পাৰি, কামৰ বিৰতিত অথবা একোটা গোটতো কৰিব পাৰি। তেওঁ আৰু উল্লেখ কৰে যোগ কৰাৰ বাবে লাগে মাথোঁ এখন যোগাসন আৰু অকণমান মুকলি ঠাই।

এই সন্দৰ্ভত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,

“যোগৰ সৌন্দৰ্য ইয়াৰ সৰলতাত বিদ্যমান। ইয়াৰ বাবে লাগে মাথোঁ এখন যোগাসন আৰু অকণমান মুকলি ঠাই। যোগ ঘৰতো কৰিব পাৰি, কামৰ বিৰতিত অথবা একোটা গোটতো কৰিব পাৰি।

মই আশাকৰো আপোনালোক সকলোৱে ইয়াক নিয়মীয়াকৈ অনুশীলন কৰিব...”

 

***

DS/ST/KB


(ৰিলিজ আই ডি : 1835014) অতিথি কক্ষ : 153