প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী প্ৰকাশ সিং বাদলৰ সু-স্বাস্থ্য আৰু আশু আৰোগ্য কামনা কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
12 JUN 2022 11:45PM by PIB Guwahati
জ্যেষ্ঠ নেতা শ্ৰী প্ৰকাশ সিং বাদলৰ সু-স্বাস্থ্য আৰু আশু আৰোগ্য কামনা কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“শ্ৰী প্ৰকাশ সিং বাদল জীৰ সু-স্বাস্থ্য আৰু আশু আৰোগ্য কামনা কৰিছো”।
***
DS/AK/KB
(ৰিলিজ আই ডি : 1833544)
অতিথি কক্ষ : 205
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam