কেবিনেট
ভাৰত আৰু আমেৰিকাৰ মাজত স্বাস্থ্য খণ্ডত এক বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন
प्रविष्टि तिथि:
08 JUN 2022 4:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত এইচআইভি, টিবি, কভিড-১৯ আৰু অন্যান্য সংক্ৰামক আৰু অৱহেলিত ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে নতুন, উন্নত আৰু উদ্ভাৱনীমূলক জৈৱ চিকিৎসা সঁজুলি আৰু প্ৰযুক্তিৰ বিকাশৰ দিশত অৰিহণা যোগোৱাৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগ আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) আৰু ইণ্টাৰনেচনেল এইডছ ভেকচিন ইনিচিয়েটিভ (আইএভিআই), আমেৰিকাৰ মাজত প্ৰস্তাৱিত এক বুজাবুজি চুক্তিত অনুমোদন জনাইছে৷
এই বুজাবুজিৰ চুক্তিয়ে পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ পৰিসৰৰ ভিতৰত ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব।
***
DS/DB
(रिलीज़ आईडी: 1832854)
आगंतुक पटल : 267
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam