প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বীৰ ছাভাৰকাৰৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 28 MAY 2022 8:55AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বীৰ ছাভাৰকাৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “মা ভাৰতীৰ সুযোগ্য পুত্ৰ বীৰ ছাভাৰকাৰক তেওঁৰ জয়ন্তীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো৷”

 

***

DS/SH/DB


(ৰিলিজ আই ডি : 1829311) অতিথি কক্ষ : 177