প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ড০ মাণিক সাহাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
Posted On:
15 MAY 2022 2:04PM by PIB Guwahati
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ড০ মাণিক সাহাক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী@DrManikSaha2লৈ অভিনন্দন জনাইছো। এটি সফল কাৰ্যকালৰ বাবে শুভকামনা জ্ঞাপন কৰিছো। ২০১৮ চনত আৰম্ভ হোৱা ত্ৰিপুৰাৰ উন্নয়ণী যাত্ৰালৈ তেওঁ সাফল্যৰ লহৰ আনিব পাৰিব বুলি মই বিশ্বাস কৰো”।
— Narendra Modi (@narendramodi) May 15, 2022
***
DS/ST/KB
(Release ID: 1825651)
Visitor Counter : 113
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam