পোষ্ট কৰা হৈছে:
07 MAY 2022 10:36AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ মথুৰাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়, “উত্তৰপ্ৰদেশৰ মথুৰাত সংঘটিত পথ দুৰ্ঘটনা হৃদয়বিদাৰক৷ এই দুৰ্ঘটনাত যিসকলে নিজৰ আত্মীয়-স্বজনক হেৰুৱালে তেওঁলোকৰ প্ৰতি মই মোৰ সমবেদনা জ্ঞাপন কৰিছো৷ ইয়াৰ সমান্তৰালভাৱে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঃ প্ৰধানমন্ত্ৰী”
***
DS/SH/DB