প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                    
                    
                        উত্তৰপ্ৰদেশৰ মথুৰাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
                    
                    
                        
                    
                
                
                    Posted On:
                07 MAY 2022 10:36AM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ মথুৰাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়, “উত্তৰপ্ৰদেশৰ মথুৰাত সংঘটিত পথ দুৰ্ঘটনা হৃদয়বিদাৰক৷ এই দুৰ্ঘটনাত যিসকলে নিজৰ আত্মীয়-স্বজনক হেৰুৱালে তেওঁলোকৰ প্ৰতি মই মোৰ সমবেদনা জ্ঞাপন কৰিছো৷ ইয়াৰ সমান্তৰালভাৱে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঃ প্ৰধানমন্ত্ৰী”
***
DS/SH/DB
                
                
                
                
                
                (Release ID: 1823813)
                Visitor Counter : 159
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            Malayalam 
                    
                        ,
                    
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada