প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 24 APR 2022 9:28AM by PIB Guwahati

ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে। তেওঁ কয় যে পঞ্চায়ত ব্যৱস্থা হৈছে ভাৰতীয় গণতন্ত্ৰৰ স্তম্ভ।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

‘আপোনালোক সকলোকে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ অলেখ শুভকামনা যাচিছোঁ। পঞ্চায়ত ব্যৱস্থা হৈছে ভাৰতীয় গণতন্ত্ৰৰ স্তম্ভস্বৰূপ। এই পঞ্চায়ত ব্যৱস্থা শক্তিশালীকৰণতেই নতুন ভাৰতৰ সমৃদ্ধি নিহিত হৈ আছে। আত্মনিৰ্ভৰশীল ভাৰত নিৰ্মাণৰ বাবে পঞ্চায়ত ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰোঁ আহক ’

 

***

DS/ST/KG



(Release ID: 1820109) Visitor Counter : 110