প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দেশৰ প্ৰতিটো দৰিদ্র পৰিয়ালক পকী ঘৰ দিয়াৰ বাবে চৰকাৰে গুৰুত্বপূর্ণ পদক্ষেপ লৈছেঃ প্রধানমন্ত্রী


প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত ৩ কোটিতকৈ অধিক ঘৰ নিৰ্মাণ কৰা হৈছে

प्रविष्टि तिथि: 08 APR 2022 9:08AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী কয় যে চৰকাৰে দেশৰ প্ৰতিটো দৰিদ্র পৰিয়ালক পকী ঘৰ প্ৰদানৰ বাবে গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত ৩ কোটিতকৈ অধিক ঘৰ নিৰ্মাণ কৰা হৈছে। সকলো ঘৰত প্রয়োজনীয় প্রাথমিক সা-সুবিধা থকাৰ লগতে ই মহিলা সবলীকৰণৰ প্রতীক হৈ পৰিছে।

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়ে, “দেশৰ প্ৰতিটো দৰিদ্র পৰিয়ালক পকী ঘৰ প্ৰদানৰ বাবে আমি এক গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছো৷ জনসাধাৰণৰ অংশগ্রহণৰ ফলত ৩ কোটিতকৈ অধিক ঘৰ নির্মাণ সম্ভৱ হৈছে। প্রাথমিক সা-সুবিধা থকা এই ঘৰসমূহ বৰ্তমান মহিলাৰ সবলীকৰণৰ প্রতীক হৈ পৰিছে।”

***

DS/ST/DB


(रिलीज़ आईडी: 1818202) आगंतुक पटल : 155
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam