প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হনুমান জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 16 APR 2022 9:05AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হনুমান জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “শক্তি, সাহস আৰু সংযমৰ প্ৰতীক ভগৱান হনুমান জয়ন্তী উপলক্ষে দেশবাসীক বহুত শুভকামনা জনাইছো৷ পৱনপুত্ৰৰ কৃপাত সকলোৰে জীৱন বল, বুদ্ধি আৰু বিদ্যাৰে সদায় পৰিপূৰ্ণ হৈ থাকক৷”

 

***

DS/SH/DB


(रिलीज़ आईडी: 1817984) आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada