প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘নৱ সম্বত্সৰ’ উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভকামনা

Posted On: 02 APR 2022 8:39AM by PIB Guwahati

‘নৱ সম্বত্সৰ’ উপলক্ষে জনসাধাৰণলৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ প্ৰতিগৰাকী ব্যক্তিৰ জীৱনক ‘বিক্ৰম সম্বত ২০৭৯’য়ে নতুন উত্সাহ আৰু ন উদ্দীপণাৰে উজ্জীৱিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰে।

 

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

 

“আপোনালোক আটাইলৈকে ‘নৱ সম্বত্সৰ’ৰ শুভকামনা জনাইছো। ‘বিক্ৰম সম্বত ২০৭৯’য়ে সকলোৰে জীৱনক নতুন উত্সাহ আৰু ন-উদ্দীপণাৰে উজ্জীৱিত কৰি তোলক।

 

***

DS/ST/KB



(Release ID: 1813276) Visitor Counter : 135