পোষ্ট কৰা হৈছে:
30 MAR 2022 10:04AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'মিছন ১০০% বৈদ্যুতীকৰণ'ৰ চমকপ্ৰদ সফলতা তথা দীৰ্ঘস্থায়ী বিকাশৰ নতুন অভিলেখ স্থাপন কৰা বাবে কোংকণ ৰে'লৱেৰ টীমক অভিনন্দন জনাইছে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে:
"সমগ্ৰ কোংকণ ৰে'লৱে টীমক 'মিছন ১০০% বৈদ্যুতীকৰণ'ৰ চমকপ্ৰদ সফলতা তথা দীৰ্ঘস্থায়ী বিকাশৰ নতুন অভিলেখ স্থাপন কৰা বাবে অভিনন্দন।"
***
DS/ST