প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্বহীদ দিৱসত শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
23 MAR 2022 9:19AM by PIB Guwahati
আজি শ্বহীদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুলৈ শ্ৰদ্ধা নিবেদন কৰে।
এটি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"শ্বহীদ দিৱসত ভাৰত মাতাৰ অমৰ সুপুত্ৰ বীৰ ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক কোটি-কোটি প্ৰণাম জনালো। মাতৃভূমিৰ বাবে তেওঁলোকৰ মৰণপণে দেশবাসীক সদায়েই অনুপ্ৰাণিত কৰি থাকিব। জয় হিন্দ!"
***
DS/ST/SB
(ৰিলিজ আই ডি : 1809114)
অতিথি কক্ষ : 193
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam