প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দিল্লীৰ গোকুলপুৰীত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 12 MAR 2022 6:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ গোকুলপুৰী অঞ্চলত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে।

তেওঁৰ এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়:

"দিল্লীৰ গোকুলপুৰীত অগ্নিকাণ্ডৰ ফলত সংঘটিত ঘটনাটো হৃদয়বিদারক। এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ঈশ্বৰে তেওঁলোকক এই অপৰিসীম দুখ-কষ্ট বহন কৰিবলৈ শক্তি দিয়ক। "

 

***

DS/ST/RD


(रिलीज़ आईडी: 1808010) आगंतुक पटल : 193
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam