প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী শিৱ কুমাৰ পাৰিকৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 06 MAR 2022 9:30AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী বাজপেয়ীৰ একালৰ সহযোগী শ্ৰী শিৱ কুমাৰ পাৰিকৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী শিৱ কুমাৰ পাৰিক জীৰ বিয়োগত দুঃখিত হৈছো৷ আমাৰ দলৰ আদৰ্শৰ সৈতে নিবিড়ভাৱে জড়িত তেওঁ সেৱা, ৰাষ্ট্ৰ নিৰ্মাণত নিজকে সমৰ্পণ কৰাৰ লগতে অটল জীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল৷ বিগত দিনসমূহত তেওঁৰ সৈতে কৰা বাৰ্তালাপ স্মৰণীয় হৈ থাকিব৷ তেওঁৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ঔম শান্তি৷”

 

***

DS/SH/DB


(रिलीज़ आईडी: 1803862) आगंतुक पटल : 242
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam