প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰবিদাস জয়ন্তীত দিল্লীৰ শ্ৰী গুৰু ৰবিদাস বিশ্ৰাম ধাম মন্দিৰ পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
16 FEB 2022 10:32AM by PIB Guwahati
ৰবিদাস জয়ন্তীত উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ শ্ৰী গুৰু ৰবিদাস বিশ্ৰাম ধাম মন্দিৰ দৰ্শন শ্ৰদ্ধা জ্ঞাপন কৰে।
কেইবাটাও টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘ৰবিদাস জয়ন্তীৰ পৱিত্ৰ উপলক্ষে আজি মই দিল্লীৰ শ্ৰী গুৰু ৰবিদাস বিশ্বধাম মন্দিৰ দৰ্শন কৰিছোঁ।
সমগ্ৰ দেশবাসীক ৰবিদাস জয়ন্তীৰ শুভেচ্ছা জনাইছোঁ।’
‘সন্ত ৰবিদাসজীৰ এই পবিত্ৰ মন্দিৰটো জনসাধাৰণৰ বাবে এক প্ৰেৰণাৰ স্থল। মই অতি সৌভাগ্যৱান যে এজন সাংসদ হিচাপে মই ইয়াত উন্নয়নমূলক কামবোৰ সম্পূৰ্ণ কৰাৰ সুযোগ পাইছো।’
‘দিল্লীৰ শ্ৰী গুৰু ৰবিদাস বিশ্বধাম মন্দিৰত কেইবাটাও বিশেষ মুহূৰ্ত।’
***
DS/SH/KG
(ৰিলিজ আই ডি : 1799237)
অতিথি কক্ষ : 174
ত এই ৰিলিজটো পঢ়ক:
Marathi
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam