প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কিস্তৱাৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 03 FEB 2022 10:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিস্তৱাৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে।

এটি টুইটত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে কয়ঃ

"কিস্তৱাৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত মৰ্মাহত হৈছো। এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঃ প্ৰধানমন্ত্ৰী @narendramodi"

 

***

DS/AK/SB



(Release ID: 1796093) Visitor Counter : 123