প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

লালা লাজপট ৰায়ৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

Posted On: 28 JAN 2022 9:11AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালা লাজপট ৰায়ৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “পঞ্জাৱ কেশৰী লালা লাজপট ৰায়ৰ জয়ন্তী উপলক্ষে তেওঁলোক প্ৰণিপাত জনাইছো৷ স্বাধীনতা আন্দোলনত তেওঁৰ সাহস, সংঘৰ্ষ আৰু সমৰ্পণৰ কাহিনী দেশবাসীৰ বাবে সদায় স্মৰণীয় হৈ ৰ’ব৷”

 

***

DS/SH/DB



(Release ID: 1793714) Visitor Counter : 148