প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মকৰ সংক্ৰান্তি উপলক্ষে কৰ্ণাটকৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

Posted On: 15 JAN 2022 6:49PM by PIB Guwahati

মকৰ সংক্ৰান্তি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বাসবৰাজ এছ বোম্মাইৰ মকৰ সংক্ৰান্তিৰ শুভেচ্ছাৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

‘ৰাষ্ট্ৰীয় প্ৰগতিত অভূতপূৰ্ব অৱদান আগবঢ়োৱা কৰ্ণাটকৰ মোৰ ভগ্নী আৰু ভাতৃসকলক মকৰ সংক্ৰান্তিৰ শুভেচ্ছা জনাইছোঁ। ৰাজ্যখনৰ জনসাধাৰণৰ সবলীকৰণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কাম কৰি যাব।’

 

 ***

DS/SH/KG



(Release ID: 1790301) Visitor Counter : 118