প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফ্ৰান্সৰ সশস্ত্ৰ বাহিনী দপ্তৰৰ মন্ত্ৰীক আদৰণি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 17 DEC 2021 8:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ সশস্ত্ৰ বাহিনী দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী ফ্লৰেন্স পাৰ্লীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ

"ফ্ৰান্সৰ সশস্ত্ৰ বাহিনী দপ্তৰৰ মন্ত্ৰী @florence_parly ক আজি আদৰণি জনাওঁ আৰু দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা, আঞ্চলিক নিৰাপত্তা, ইণ্ডো-পেচিফিক আৰু ইউৰোপিয়ান ইউনিয়ন কাউন্সিলত ফ্ৰান্সৰ আগন্তুক অধ্যক্ষতা সম্পৰ্কে আলোচনা কৰো।

মই আমাৰ কৌশলগত অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ বাবে ভাৰতৰ অংগীকাৰৰ কথা দোহাৰো।"

 

***

DS/SH/SB


(रिलीज़ आईडी: 1783388) आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Gujarati , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam