পোষ্ট কৰা হৈছে:
13 DEC 2021 8:24PM by PIB Guwahati
মিছ ইউনিভাৰ্ছৰ খিতাপ বিজয়ী হৰনাজ সান্ধুক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘মিছ ইউনিভাৰ্ছৰ খিতাপ জয় কৰাৰ বাবে হৰনাজ সান্ধুক অভিনন্দন জনাইছোঁ। ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁক শুভকামনা জনাইছোঁ।’
***
DS/SH/KG