প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি অৰ্পন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
31 OCT 2021 1:56PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীক তেখেতৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়;
"মই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীযুতা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। "
****
DS/SH/RD
(रिलीज़ आईडी: 1768758)
आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam