প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰোমত প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 29 OCT 2021 11:28AM by PIB Guwahati

ষোড়শ জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ লক্ষ্যৰে ইতিমধ্যে ৰোমত উপস্থিত হৈছেগৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী।

ইটালী চৰকাৰৰ জ্যেষ্ঠ বিষয়া-বৰ্গৰ লগতে ইটালীত থকা ভাৰতৰ ৰাষ্ট্ৰদূতগৰাকীয়ে প্ৰধানমন্ত্ৰীক আদৰণি জনায়।



****

DS/SH/KB


(ৰিলিজ আই ডি : 1768443) অতিথি কক্ষ : 222