প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ওনাম উপলক্ষ্যে দেশবাশীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 21 AUG 2021 9:55AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওনাম উপলক্ষে দেশবাশীক শুভেচ্ছা জ্ঞাপন কৰিছে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

‘ইতিবাচকতা, প্ৰাণৱন্ততা, ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ সৈতে সম্পৰ্কিত ওনাম উৎসৱৰ এই বিশেষ মুহূৰ্তত দেশবাশীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই সকলোৰে সুস্বাস্থ্য আৰু মংগলময় জীৱনৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।’
 

****

DS/SH/KG


(रिलीज़ आईडी: 1750573) आगंतुक पटल : 228
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam