প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জয়ন্তী উপলক্ষে শ্ৰী নাৰায়ণ গুৰুলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 23 AUG 2021 3:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জয়ন্তী উপলক্ষে শ্ৰী নাৰায়ণ গুৰুলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “জয়ন্তী উপলক্ষে শ্ৰী নাৰায়ণ গুৰুলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো৷ তেওঁৰ শিক্ষাই কোটি কোটি লোকক শক্তি প্ৰদান কৰিছে৷ শিক্ষণ, সামাজিক সংস্কাৰ আৰু সমতাৰ প্ৰতি তেওঁ দিয়া গুৰুত্বই আমাক প্ৰেৰণা যোগায়৷ মহিলা সবলীকৰণৰ লগতে সমাজৰ পৰিৱৰ্তন হকে যুৱ শক্তিক উদ্বুদ্ধ কৰাত তেওঁ অত্যাধিক গুৰুত্ব আৰোপ কৰিছিল৷”

***

DS/SH/DB



(Release ID: 1750571) Visitor Counter : 196