প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চিবিএছই পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ দশম শ্ৰেণীৰ শিক্ষাৰ্থীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 03 AUG 2021 8:54PM by PIB Guwahati

চিবিএছই পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনায়। তেওঁ লগতে শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, প্ৰধানমন্ত্ৰীয়ে কয়, "চিবিএছই দশম শ্ৰেণীৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা মোৰ যুৱ বন্ধুসকললৈ শুভেচ্ছা থাকিল। মই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।"

***

DS/SH/MS


(ৰিলিজ আই ডি : 1743744) অতিথি কক্ষ : 253